top of page
Search

Kaustav Engineering and Lockdown

Updated: May 21, 2021

বৰ্তমান কৰণাৰ আতংকৈ সকলোতে বিৰাজমান । যোৱা বছৰ(2020) যেনেকৈ আমাক অৰ্থনৈতিক মেৰুদণ্ড ভাঙিলে , সকলো সৰু ডাঙৰ ব্যৱসায় বহুত লোকচান কৰিবগীয়া হল, বহুত চাকৰি নাইকিয়া হল, বহুত ব্যৱসায় বন্ধ কৰি দিব লগা হল। এই সকলোবোৰ কথা আপোনালোকে জানে ইয়াক বেছিকৈ বহলাই কোৱা দৰকাৰ নাই।

সকলো পাহৰি যেতিয়া আকৌ আমি নতুনকৈ এই বছৰ (2021) আৰম্ভ কৰিব ললোঁ আকৌ আৰম্ভ হল সেই একে মহামাৰী ভয়ংকৰ ৰূপ ধাৰণ কৰিলে । সকলো ফালৰ পৰা দুখৰ খবৰ, আত্তংক আৰু ভয়। এনেদৰে আৰু কিছুদিন বেয়াকৈ যাব আৰু এই মহামাৰীয়ো আকৌ কমি যাব কিন্তু ইয়াৰ প্ৰভাৱ খুৱ বেয়াকৈ পৰিব আমাৰ সকলোৰে মাজত । তেতিয়াও আমি জিয়াই থাকিব লাগিব । এই সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় সেই বিষয়ে ভাবিব লাগিব। সময়ৰ সঠিক বাবহাৰ হব আটাইতকৈ মূল্যবান কথা । জীযাই থাকিবলৈ আমি আৰু বেছি কষ্ট কৰিব লাগিব । আমাৰ সিদ্ধান্ত হব লাগিব সঠিক । কাম হব লাগিব নিখুঁত । একেটা কামকে বাৰে বাৰে কৰিব নোৱৰিব । সময় খুব মূল্যবান হব। বাৰে বাৰে একেটা কাম কৰিলে লাভৰ পৰিমাণ কমি যাব।

এটা সঠিক কৰ্মপদ্ধতি আৰু সঠিক পৰিকল্পনা কৰিবলৈ দৰকাৰ হব কাৰিকৰী জ্ঞান (Technical knowledge ) । এই জ্ঞানৰ বাবে আমি আমাৰ ব্যৱসায়ত আনৰ ওপৰত নিৰ্ভৰ কৰিবলীয়া হয় , আৰু সেইকাৰণে আমি লক্ষ্যত উপনীত হব নোৱাৰোঁ। যদি আমি আমাৰ ব্যৱসায়ৰ দৰকাৰী জ্ঞান লৈ লওঁ নিশ্চিত ভাৱে আমি আমাৰ ব্যৱসায়ৰ আৰু বেছি লাভ কৰিব পাৰিম

এই বেয়া সমইখিনিক আমি যদি আমি আমাৰ অনাগত দিনৰ কৰিবলীয়া কৰ্মৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰোঁ নিশ্চিত ভাৱে আমি সফলতাৰ মুখ দেখিব পাম আৰু সঠিকভাৱে আগুৱাই যোৱাত সহায় হব। আৰু এটা কথা ঠিক যে সকলো কাৰিকৰী বা অভিযান্ত্ৰিক প্ৰতিষ্ঠানত এই জ্ঞান আৰু তথ্যসমূহ খুৱেই প্ৰয়োজন । এইক্ষেত্ৰত অমি ,"Kaustav Engineering" অতি কম সময়ৰ বাবে General Engineering, AutoCAD আৰু Solidworks অৰ উপৰত এটা Online Training Couse আগ বঢ়াইছে।



আশা ৰাখিছোঁ ইয়াৰ সহায়ত আমি আপোনালোকক কিছুমান তথ্য দিম আৰু এই প্ৰশিক্ষণটোৰ সহায়ত আপোনালোকক উপকৃত কৰিব পাৰিম । সকলো ITI, DIPLOMA, বা DEGREE ENGINEERING অৰ কাৰণে খুব প্ৰয়োজনীয় । ইয়াৰ বাবে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব।

Mailto: info@kaustavengineering.com

Whatsapp:9836353450 / 9831072858



Online Training Course
.
Download • 2.12MB

43 views0 comments
bottom of page