“ আমাৰ এটা পদক্ষেপ সকলো আগুৱাই যোৱাৰ ৷ ”
Updated: Mar 24, 2021
আপোনালোকৰ বাবে কৌস্তভ ইঞ্জিনিয়ারিং (”Kaustav Engineering" ) অৰ নতুন মেচিন.“
সমপূৰ্ণ দুটা বছৰ লগাই আমাৰ আমৰ দহজনীয়া অভিযন্তাৰ দলে অসম তথা উত্তৰ-পুৱ ভাৰতৰ ৰাইজৰ প্রয়োজনীয়তাৰ কথা ভাবি আধুনিক Engineering Tools (CAD/CAM) ব্যৱহাৰ কৰি এই মেচিনসমুহ তৈয়াৰ কৰা হৈছে (With all features and benefits) আশা ৰাখিছো আমি আপোনালোকক এটা স্থানলৈ আগুৱাই নিৱ পাৰিম ৷ আমাৰ Continuous Development য়ে আৰু ভাল নতুন মেচিন আপোনাকক দিব পাৰিম বুলি আশা ৰাখিছো ৷
তলত চমুকৈ আমাৰ মেচিনৰ ব্যৱহাৰ বৈশিষ্ট্য আৰু উপকাৰিতা বিষয়ে জনোৱা হৈছে ৷
১) " গৰকা" (GOROKA-48')

"গৰকা’"হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ হাতৰ তাতঁশালৰ প্রথম পদক্ষেপ ৷উত্তৰ-পুৱ ভাৰতৰ হাতৰ তাতঁশালৰ আদৰ আৰু চাহিদাৰ বাবে এইটো পদক্ষেপ লোৱা হৈছে ৷ এই গৰকাৰ সহায়ত অনায়াসে সুন্দৰ মনপসন্দ ফুল নথকা গামোছা, চেলেং কাপোৰ, মেখেলা, ছাদৰ, ৰীহা, এৰি কাপোৰ ইত্যাদি বিভিন্ন কাপোৰ তৈয়াৰ কৰিব পাৰি ৷
বৈশিষ্ট্য আৰু উপকাৰিতা
১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা ৷
২) ব্যবহাৰকাৰীৰ বন্ধু ৷
৩) উচ্চ গতিশীলতা l
৪) সহজ পৰিবহন ৷
৫) ন্যূনতম শব্দ৷
৬) মামৰ প্রতিৰোধ ৷
৭) ন্যূনতম ৰক্ষণাবেক্ষণ ৷
৮) এবাৰত সর্বাধিক (১৮০-২০০) খন কাপোৰ লগাব পাৰে ৷
৯) পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে ৷
১০) ইয়াক ব্যৱহাৰ কৰিবৰ কাৰনে কোনো অভিজ্ঞতাৰ পয়োজন নাই ৷ সকলোৱে ৱ্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ এটা বিশেষ দলে ফিটিং কমিসিনিং কৰাৰ লগতে প্রশিক্ষণ দিৱ ৷
2. " মহুৱা" (MOHURA-48)**

"মহুৱা-48” হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ বহুমূলীয়া গ্রাহকলৈ এটা নতুন উপহাৰ ৷ যিটোৰ সাহায্যেত অনায়াসে সুন্দৰ মনপসন্দ ডিজাইনৰ ফুলৰ গামোছা, চেলেং কাপোৰ, ৰিহা, মেখেলা, ছাদৰ, ৰীহা, ৰুমাল, টাৱেল, শার্ট পিছ ইত্যাদি বিভিন্ন কাপোৰ তৈয়াৰ কৰিব পাৰি ৷
বৈশিষ্ট্য আৰু উপকাৰিতা
১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা ৷
২) ব্যবহারকাৰীৰ বন্ধু ৷
উচ্চ গতিশীলতা l
৪) সহজ পৰিবহন ৷
5) ন্যূনতম শব্দ ৷
6) মামৰ প্রতিৰোধ ৷
৭) ন্যূনতম ৰক্ষণাবেক্ষণ ৷
৮) এবাৰত সর্বাধিক (১৮০-২০০) খন কাপোৰ লগাব পাৰে ৷
৯) পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে ৷
১০) ইয়াক ব্যৱহাৰ কৰিবৰ কাৰনে কোনো অভিজ্ঞতাৰ পয়োজন নাই ৷ সকলোৱে ৱ্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ এটা বিশেষ দলে ফিটিং কমিসিনিং কৰাৰ লগতে প্রশিক্ষণ দিৱ ৷
কেনেকৈ কাম কৰে এবাৰ ছাওঁকছোন ৷ (How its work ,please have a look)
3." মাকু" (MAkU-48”)**
A fully automatic power loom with 20times more production rate compare to our traditional handloom will be launched very soon with all the modern features to get the highest productivity .
4. "মোখোৰা" (MUKHURA)

"মোখোৰা’" হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ কৃষিভিত্তিক প্রথম পদক্ষেপ ৷উত্তৰ-পুৱ ভাৰতৰ কৃষিৰ ওপৰত নির্ভৰতা আৰু চাহিদাৰ বাবে এইটো পদক্ষেপ লোৱা হৈছে ৷ এই "মোখোৰা" সহায়ত অনায়াসে কম সময়তে সুন্দৰকৈ ধান আৰু খেৰ পৃথক কৰিব পাৰিব ৷ ইয়াক দুটা মডেলত পোৱা যায়৷ এটা ইলিভেটৰ লগাই আৰু এটাত বিনা এলিভেটৰ |

বৈশিষ্ট্য আৰু উপকাৰিতা
১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা ৷
২) ব্যবহাৰকাৰীৰ বন্ধু ৷
৩) উচ্চ গতিশীলতা l
৪) সহজ পৰিবহন ৷
৫) ন্যূনতম শব্দ৷
৬) মামৰ প্রতিৰোধ ৷
৭) ন্যূনতম ৰক্ষণাবেক্ষণ ৷
৮) এক ঘন্টাত সর্বাধিক (৩০-৪৫) বস্তা ধান সৰুৱাব পাৰে ৷
৯) পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে ৷
১০) ইয়াক ব্যৱহাৰ কৰিবৰ কাৰনে কোনো অভিজ্ঞতাৰ পয়োজন নাই ৷ সকলোৱে ৱ্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ এটা বিশেষ দলে ফিটিং কমিসিনিং কৰাৰ লগতে প্রশিক্ষণ দিৱ ৷
১১) ধানখেৰ বোৰ সৰু আৰু ডাঙৰ কৰি (২৫-৩০)ফুট দুৰলৈ পেলাই দিয়ে ৷
১২) আর্দ্র আৰু শুকান ধান সকলোতে ব্যৱহাৰ কৰিব পাৰি ৷
১৩)কম ডিজেল ইন্ধন আৰু সৰু ডাঙৰ Tractor ব্যৱহাৰ কৰিব পাৰি৷
১৪)সকলো ৰংত উপলব্ধ ৷
5." প্লান্টা" (PLANTA)**

”প্লান্টা” হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ কৃষক বন্ধুলৈ এটা নতুন উপহাৰ ৷ যিটোৰ সাহায্যেত অনায়াসে এটা বিশাল পৰিসৰ ধানৰোৱা কাম কৰিব পাৰিব আৰু আনৰ ওপৰত এই কামৰ বাবে অপেক্ষা সময় নষ্ট কৰিব লগীয়া নহয় ৷

বৈশিষ্ট্য আৰু উপকাৰিতা
১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা ৷
২) ব্যবহারকাৰীৰ বন্ধু ৷
৩) উচ্চ গতিশীলতা l
৪) সহজ পৰিবহন ৷
৫) মামৰ প্রতিৰোধ ৷
৬) ন্যূনতম ৰক্ষণাবেক্ষণ ৷
৭)খেতি মাটিৰ লগত মিলাই Adjust কৰি লৱ পৰাৰ ব্যৱস্থা আছে ৷
8." Bobbin Winding Machine " (WANDA)**

https://docs.google.com/forms/d/e/1FAIpQLSdCIpwKM6pLPRLbl_e3lyAIcov4NVkQ6t1d_xEKLHeIt84mOA/viewform?usp=pp_url
ওপৰৰ Link টো ব্যৱহাৰ কৰি আমালৈ লিখক আৰু সবিশেষ জানিবৰ বাবে তলৰ প্রচাৰপত্র খন চাওঁক l
আমাৰ সকলো Engineering Services আৰু Product Details জানিবৰ বাবে Visit our website
ইযাৰ বাহিৰওঁ কৃষি বা অনান্য কামত ব্যৱহিত সকলো মেচিন আমাৰ লগত উপলব্ধ ৷
