top of page
Search

“ আমাৰ এটা পদক্ষেপ সকলো আগুৱাই যোৱাৰ ৷ ”

Updated: Mar 24, 2021

আপোনালোকৰ বাবে কৌস্তভ ইঞ্জিনিয়ারিং (”Kaustav Engineering" ) অৰ নতুন মেচিন.“

সমপূৰ্ণ দুটা বছৰ লগাই আমাৰ আমৰ দহজনীয়া অভিযন্তাৰ দলে অসম তথা উত্তৰ-পুৱ ভাৰতৰ ৰাইজৰ প্রয়োজনীয়তাৰ কথা ভাবি আধুনিক Engineering Tools (CAD/CAM) ব্যৱহাৰ কৰি এই মেচিনসমুহ তৈয়াৰ কৰা হৈছে (With all features and benefits) আশা ৰাখিছো আমি আপোনালোকক এটা স্থানলৈ আগুৱাই নিৱ পাৰিম ৷ আমাৰ Continuous Development য়ে আৰু ভাল নতুন মেচিন আপোনাকক দিব পাৰিম বুলি আশা ৰাখিছো ৷


তলত চমুকৈ আমাৰ মেচিনৰ ব্যৱহাৰ বৈশিষ্ট্য আৰু উপকাৰিতা বিষয়ে জনোৱা হৈছে ৷


১) " গৰকা" (GOROKA-48')


"গৰকা’"হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ হাতৰ তাতঁশালৰ প্রথম পদক্ষেপ ৷উত্তৰ-পুৱ ভাৰতৰ হাতৰ তাতঁশালৰ আদৰ আৰু চাহিদাৰ বাবে এইটো পদক্ষেপ লোৱা হৈছে ৷ এই গৰকাৰ সহায়ত অনায়াসে সুন্দৰ মনপসন্দ ফুল নথকা গামোছা, চেলেং কাপোৰ, মেখেলা, ছাদৰ, ৰীহা, এৰি কাপোৰ ইত্যাদি বিভিন্ন কাপোৰ তৈয়াৰ কৰিব পাৰি ৷

বৈশিষ্ট্য আৰু উপকাৰিতা


১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা

২) ব্যবহাৰকাৰীৰ বন্ধু

৩) উচ্চ গতিশীলতা l

৪) সহজ পৰিবহন

৫) ন্যূনতম শব্দ৷

৬) মামৰ প্রতিৰোধ

৭) ন্যূনতম ৰক্ষণাবেক্ষণ

৮) এবাৰত সর্বাধিক (১৮০-২০০) খন কাপোৰ লগাব পাৰে ৷

৯) পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে ৷

১০) ইয়াক ব্যৱহাৰ কৰিবৰ কাৰনে কোনো অভিজ্ঞতাৰ পয়োজন নাই ৷ সকলোৱে ৱ্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ এটা বিশেষ দলে ফিটিং কমিসিনিং কৰাৰ লগতে প্রশিক্ষণ দিৱ ৷


2. " মহুৱা" (MOHURA-48)**

"মহুৱা-48” হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ বহুমূলীয়া গ্রাহকলৈ এটা নতুন উপহাৰ ৷ যিটোৰ সাহায্যেত অনায়াসে সুন্দৰ মনপসন্দ ডিজাইনৰ ফুলৰ গামোছা, চেলেং কাপোৰ, ৰিহা, মেখেলা, ছাদৰ, ৰীহা, ৰুমাল, টাৱেল, শার্ট পিছ ইত্যাদি বিভিন্ন কাপোৰ তৈয়াৰ কৰিব পাৰি ৷


বৈশিষ্ট্য আৰু উপকাৰিতা


১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা

২) ব্যবহারকাৰীৰ বন্ধু

উচ্চ গতিশীলতা l

৪) সহজ পৰিবহন

5) ন্যূনতম শব্দ ৷

6) মামৰ প্রতিৰোধ ৷

৭) ন্যূনতম ৰক্ষণাবেক্ষণ ৷

৮) এবাৰত সর্বাধিক (১৮০-২০০) খন কাপোৰ লগাব পাৰে ৷

৯) পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে ৷

১০) ইয়াক ব্যৱহাৰ কৰিবৰ কাৰনে কোনো অভিজ্ঞতাৰ পয়োজন নাই ৷ সকলোৱে ৱ্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ এটা বিশেষ দলে ফিটিং কমিসিনিং কৰাৰ লগতে প্রশিক্ষণ দিৱ ৷


কেনেকৈ কাম কৰে এবাৰ ছাওঁকছোন ৷ (How its work ,please have a look)






3." মাকু" (MAkU-48”)**

A fully automatic power loom with 20times more production rate compare to our traditional handloom will be launched very soon with all the modern features to get the highest productivity .


4. "মোখোৰা" (MUKHURA)


"মোখোৰা’" হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ কৃষিভিত্তিক প্রথম পদক্ষেপ ৷উত্তৰ-পুৱ ভাৰতৰ কৃষিৰ ওপৰত নির্ভৰতা আৰু চাহিদাৰ বাবে এইটো পদক্ষেপ লোৱা হৈছে ৷ এই "মোখোৰা" সহায়ত অনায়াসে কম সময়তে সুন্দৰকৈ ধান আৰু খেৰ পৃথক কৰিব পাৰিব ৷ ইয়াক দুটা মডেলত পোৱা যায়৷ এটা ইলিভেটৰ লগাই আৰু এটাত বিনা এলিভেটৰ |



বৈশিষ্ট্য আৰু উপকাৰিতা


১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা

২) ব্যবহাৰকাৰীৰ বন্ধু

৩) উচ্চ গতিশীলতা l

৪) সহজ পৰিবহন

৫) ন্যূনতম শব্দ৷

৬) মামৰ প্রতিৰোধ

৭) ন্যূনতম ৰক্ষণাবেক্ষণ

৮) এক ঘন্টাত সর্বাধিক (৩০-৪৫) বস্তা ধান সৰুৱাব পাৰে ৷

৯) পুৰুষ আৰু মহিলা সকলোৱে ব্যৱহাৰ কৰিব পাৰে ৷

১০) ইয়াক ব্যৱহাৰ কৰিবৰ কাৰনে কোনো অভিজ্ঞতাৰ পয়োজন নাই ৷ সকলোৱে ৱ্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ এটা বিশেষ দলে ফিটিং কমিসিনিং কৰাৰ লগতে প্রশিক্ষণ দিৱ ৷

১১) ধানখেৰ বোৰ সৰু আৰু ডাঙৰ কৰি (২৫-৩০)ফুট দুৰলৈ পেলাই দিয়ে ৷

১২) আর্দ্র আৰু শুকান ধান সকলোতে ব্যৱহাৰ কৰিব পাৰি ৷

১৩)কম ডিজেল ইন্ধন আৰু সৰু ডাঙৰ Tractor ব্যৱহাৰ কৰিব পাৰি৷

১৪)সকলো ৰংত উপলব্ধ ৷


5." প্লান্টা" (PLANTA)**

”প্লান্টা” হৈছে 'কৌস্তভ ইঞ্জিনিয়ারিং'ৰ কৃষক বন্ধুলৈ এটা নতুন উপহাৰ যিটোৰ সাহায্যেত অনায়াসে এটা বিশাল পৰিসৰ ধানৰোৱা কাম কৰিব পাৰিব আৰু আনৰ ওপৰত এই কামৰ বাবে অপেক্ষা সময় নষ্ট কৰিব লগীয়া নহয়



বৈশিষ্ট্য আৰু উপকাৰিতা

১) বলিষ্ঠ আৰু উচ্চ পাৰদর্শিতা ৷

২) ব্যবহারকাৰীৰ বন্ধু ৷

৩) উচ্চ গতিশীলতা l

৪) সহজ পৰিবহন ৷

৫) মামৰ প্রতিৰোধ ৷

৬) ন্যূনতম ৰক্ষণাবেক্ষণ ৷

৭)খেতি মাটিৰ লগত মিলাই Adjust কৰি লৱ পৰাৰ ব্যৱস্থা আছে ৷


8." Bobbin Winding Machine " (WANDA)**





https://docs.google.com/forms/d/e/1FAIpQLSdCIpwKM6pLPRLbl_e3lyAIcov4NVkQ6t1d_xEKLHeIt84mOA/viewform?usp=pp_url


ওপৰৰ Link টো ব্যৱহাৰ কৰি আমালৈ লিখক আৰু সবিশেষ জানিবৰ বাবে তলৰ প্রচাৰপত্র খন চাওঁক l



আমাৰ সকলো Engineering Services আৰু Product Details জানিবৰ বাবে Visit our website


ইযাৰ বাহিৰওঁ কৃষি বা অনান্য কামত ব্যৱহিত সকলো মেচিন আমাৰ লগত উপলব্ধ ৷





829 views1 comment

Recent Posts

See All
bottom of page